মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

গৱেষণা আৰু বিকাশ

  • গৱেষণা আৰু বিকাশ

                মুগা ৰেচম শিল্পত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া জড়িত থাকে, উদাহৰণস্বৰূপে খাদ্য উদ্ভিদ, মুগা পলুৰ প্ৰজনন, কুকুনৰ পৰা সূতা আহৰণ, সূতা পকোৱা, সূতা কটাৰ লগতে বিভিন্ন ধৰণৰ বিপণন জড়িত প্ৰক্ৰিয়া যেনে- উত্পাদিত সামগ্ৰী সেৱা ইত্যাদি। চোম আৰু শোৱালুৰ নতুন প্ৰজাতিসমূহক অনুকূল জলবায়ু ও পৰিবেশ প্ৰদানৰ দ্বাৰা উত্পাদন বৃদ্ধি, গুণাৱস্থাৰ মানদণ্ড আৰু লাভৰ পৰিমাণ বৃদ্ধি কৰিবলৈ অসম চৰকাৰে ১নং অনুসন্ধান উপ-কেন্দ্ৰৰ স্থাপন কৰিছে ঢকুৱাখনাত। ইয়াত মুগা শিল্পৰ লগত জড়িত অনুসন্ধানৰ কাৰ্য চলি আহিছে।