মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

প্ৰাদেশিক হস্ততাঁত আৰু হস্তশিল্প বিপণন কেন্দ্ৰ

  • প্ৰাদেশিক হস্ততাঁত আৰু হস্তশিল্প বিপণন কেন্দ্ৰ

    প্ৰাদেশিক হস্ততাঁত আৰু হস্তশিল্প বিপণন কেন্দ্ৰ, ৰিহাবাৰী, গুৱাহাটী-৮

                প্ৰাদেশিক হস্ততাঁত আৰু হস্তশিল্প বিপণন কেন্দ্ৰ, এ.কে. আজাদ পথ, ৰিহাবাৰী, গুৱাহাটী-৮, প্ৰতিস্থাপন আঁচনিৰ অধীনত আৰ্টফেডৰ দ্বাৰা কাৰ্যকৰী কৰা তথা এন.ই.চি., শ্বিলঙৰ দ্বাৰা ব্যয় কৰা টকাৰে এটি ছয় মহলীয়া অট্টালিকাৰ নিৰ্মাণ কৰা হৈছে। যত উত্তৰ পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ বিক্ৰী কৰা হয়। অসম চৰকাৰৰ উপদেশ মৰ্মে এন.ই.চি.শ্বিলঙে এই আঁচনিৰ বাবে ৭৮৫.৩৪ লাখ টকাৰ অনুমোদন জনাইছে।