মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

তথ্যকেন্দ্ৰ

  • তথ্য তথা সেৱা

    ৰেচম শিল্প প্ৰযুক্তিশিল্প তথ্য কেন্দ্ৰৰ নাম আৰু প্ৰতিষ্ঠা বছৰ

    ক্ৰমিক নংপ্ৰযুক্তিশিল্প তথ্য কেন্দ্ৰৰ নাম ও প্ৰতিষ্ঠা বৰ্ষজিলা/মহকুমাৰ নামনিয়ন্ত্ৰণকৰ্তা

    প্ৰযুক্তিশিল্প তথ্য কেন্দ্ৰ, গোগামুখ, ধেমাজি,২০১৩

    ধেমাজি

    ADS ধেমাজি

    প্ৰযুক্তিশিল্প তথ্য কেন্দ্ৰ, জোনাই,২০১৩

    জোনাই

    SS জোনাই

     

    সেৱা

    ৰেচম শিল্প প্ৰদৰ্শক আৰু সহকাৰী প্ৰৱন্ধক, এইসকল তৃণমূল পৰ্যায়ৰ অধিকাৰী যিসকলে আধুনিক  বৈজ্ঞানিক প্ৰযুক্তি আৰু নিৰীক্ষণৰ দ্বাৰা কৃষকসকলক ৰেচম উত্পাদন বঢ়াবলৈ আৰু পলুৰ লালন-পালন ও ব্যৱসায়িক উত্কৃষ্টতা বঢ়াবলৈ সহায় কৰে।