মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

খাদী অধিক্ৰয়

(মই কেনেকৈ খাদী/খাদীৰ সামগ্ৰীৰ অধিক্ৰয় কৰিম)

অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ উতপাদিত সামগ্ৰীসমূহ বিভাগীয় উতপাদন কেন্দ্ৰসমূহ উতপাদন কৰাৰ বিপৰীতে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত থকা বৰ্ডৰ বিক্ৰী কেন্দ্ৰসমূহৰ জৰিয়তে এই সামগ্ৰীসমূহ বিক্ৰী কৰা হয়। এই বিপনন কেন্দ্ৰসমূহক খাদী গ্ৰামোদ্যোগ ভৱন,

খাদী গ্ৰামোদ্যোগ ভান্ডাৰ,

গ্ৰামোদ্যোগ ভান্ডাৰ বুলি অভিহিত কৰা হয়।

কোনো ইচ্ছুক ব্যক্তিয়ে খাদীৰ সামগ্ৰী বিনিবৰ বাবে নিম্নোলিখিত বিক্ৰী কেন্দ্ৰসমূহত যাব পাৰেঃ

বিক্ৰী কেন্দ্ৰসমূহৰ স্থানঃ

  • পানবজাৰ খাদী গ্ৰামোদ্যোগ ভৱন, গুৱাহাটী-১
  • চানমাৰী খাদী গ্ৰামোদ্যোগ ভৱন, গুৱাহাটী-৩
  • দিছপুৰ খাদী গ্ৰামোদ্যোগ ভৱন, গুৱাহাটী-৬
  • নলবাৰী কে জি বি, নলবাৰী
  • বৰপেটা কে জি বি, বৰপেটা
  • কোকৰাঝাৰ কে জি বি, কোকৰাঝাৰ
  • গোসাঁইগাওঁ কে জি বি, গোসাঁইগাওঁ
  • বঙাইগাওঁ কে জি বি, বঙাইগাওঁ
  • গোৱালপাৰা কে জি বি, গোৱালপাৰা
  • দুধনৈ কে জি বি, দুধনৈ
  • মঙলদৈ কে জি বি, মঙলদৈ
  • টংলা কে জি বি, টংলা
  • তেজপুৰ কে জি বি, তেজপুৰ
  • ঢেকিয়াজুলি কে জি বি, ঢেকিয়াজুলি
  • বিশ্বনাথ চাৰিআলি কে জি বি, বিশ্বনাথ চাৰিআলি
  • জামুগুৰিহাট গ্ৰাম শিল্প ডিপ, শোণিতপুৰ
  • ৰহা কে জি বি, ৰহা
  • কুঁৱলীটোল কে জি বি, কুৱৰীটোল
  • ধিং কে জি বি, ধিং
  • নগাঁও কে জি বি, নগাঁও
  • লংকা কে জি বি, লংকা
  • লামডিং কে জি বি, লামডিং
  • হাজো কে জি বি, হাজো
  • মৰিগাঁও কে জি বি,, মৰিগাঁও
  • বোকাখাত কে জি বি, মৰিগাঁও
  • গোলাঘাট কে জি বি, গোলাঘাট
  • শিৱসাগৰ কে জি বি, শিৱসাগৰ
  • নাজিৰা কে জি বি, নাজিৰা
  • মৰাণহাট কে জি বি, মৰাণহাট
  • সোণাৰি কে জি বি, সোণাৰি
  • ডিব্ৰুগড় কে জি বি, ডিব্ৰুগড়
  • নাহৰকটীয়া কে জি বি, নাহৰকটীয়া
  • তিনিচুকীয়া কে জি বি, তিনিচুকীয়া
  • ডিগবৈ কে জি বি, ডিগবৈ
  • লখিমপুৰ কে জি বি, লখিমপুৰ
  • ধেমাজি কে জি বি, ধেমাজি
  • চিলাপথাৰ কে জি বি, চিলাপথাৰ
  • শিলচৰ কে জি বি, শিলচৰ
  • হাইলাকান্দি কে জি বি, হাইলাকান্দি
  • কৰিমগঞ্জ কে জি বি, কৰিমগঞ্জ
  • ধুবুৰী কে জি বি, ধুবুৰী
  • হাফলং কে জি বি, হাফলং
  • ডংকামকাম কে জি বি, কাৰ্বি আংলং
  • হাওৰাঘাট কে জি বি, কাৰ্বি আংলং
  • অসম খাদী গ্ৰামোদ্যোগ ভৱন, কলকাটা, পশ্চিমবংগ