মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

উদ্দেশ্য

            ১. বিকাশ যোজনাৰ স্বীকৃতি

            ২. ৰেচম বিভাগ তথা হস্ততাঁত খণ্ডৰ বিকাশৰ বাবে প্ৰশাসনিক আৰু নিৰীক্ষণিক কাম হাতত লোৱা।

            ৩. শিপিনী, কাৰিকৰ ইত্যাদিক সহায়তা প্ৰদানেৰে উন্নত মানৰ তথা বিভিন্ন ধৰণৰ সামগ্ৰী বনাবলৈ প্ৰোত্সাহন।

            ৪. হস্ততাঁত শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ বাবে কল্যাণমূলক সহায় প্ৰদান কৰা।

            ৫. আধাৰ ভিত্তিক সংৰচনাৰ বিকাশ।

            ৬. প্ৰচাৰ আৰু প্ৰসাৰ

            ৭. নব্য প্ৰযুক্তি আৰু প্ৰশিক্ষণৰ দ্বাৰা উত্পাদন বৃদ্ধি।

            ৮. কুকুন বেংক/সূতা বেংকৰ স্থাপন (কপাহ আৰু ৰেচমৰ বাবে)

কাৰ্য্যাৱলী-

            ১. ৰেচম শিল্প আৰু হস্ততাঁত শিল্পৰ বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু ইয়াৰ দ্বাৰা ইয়াৰ লগত জড়িত লোকসকলৰ অৰ্নৈতিক অৱস্থানৰ উন্নতি।

            ২. সঠিক যোজনা/আঁচনিৰ দ্বাৰা উত্পাদনৰ বৃদ্ধি, মানদণ্ড আৰু পৰিমাণ বৃদ্ধি।

            ৩. প্ৰশাসনকি আৰু নিৰীক্ষণিক তদাৰকৰ দ্বাৰা ৰেচম শিল্প আৰু শিল্পৰ বিকাশ।