ক্ৰমিক নং | সেৱা | সময় কাল | মাচুল | দায়িত্বশীল বিষয়ববীয়া | ফোন নং |
---|---|---|---|---|---|
১ | পুঁজি অনুমোদনৰ বাবে প্ৰস্তাৱ যুগুতোৱাৰ লগতে ৰাজ্য চৰকাৰলৈ বাজেট প্ৰস্তাৱ প্ৰেৰণৰ দিহা | ২০ দিন |
| মহম্মদ আব্দুল চাত্তাৰ ভূঞাঁ গণনা বিষয়া (প্ৰাককলন) | ৯৪৩৫৩-৪৩৯৪৩ |
২ | পুঁজি অনুমোদনৰ বাবে প্ৰস্তাৱ যুগুতোৱাৰ লগতে খাদী আৰু গ্ৰামোদ্যোগ আয়োগলৈ বাজেট প্ৰস্তাৱ প্ৰেৰণ | ২০ দিন |
| ঐ | ঐ |
৩ | পূৰ্বৰ অনুমোদনৰ সদ্ব্যৱহাৰৰ অনুমোদিত ৰূপত প্ৰমাণ পত্ৰ দান | ২০ দিন |
| শ্ৰী জগদীশ ভাণ্ডাৰ কায়স্থ গণনা বিষয়া (বিল) | ৯৮৬৪০-৭৯৯২৫ |
৪ | আঁচনিৰ প্ৰস্তুতি আৰু দাখিল | ৩০ দিন |
| শ্ৰী চিত্তৰঞ্জন বৰুৱা, বিপণন বিষয়া (ভাৰপ্ৰাপ্ত) | ৯৯৫৭৬-৩১০৯০ |
৫ | নিৰ্মাণ/মেৰামতি ইত্যাদি | ৩০ দিন |
| শ্ৰী ভৱানন্দ কলিতা (ভাৰপ্ৰাপ্ত) নিৰ্মাণ কোষ | ৯৪৩৫৫-৯৭৮০০ |
৬ | বিধানসভাৰ প্ৰশ্নোত্তৰ/কৰ্মচাৰী সম্পৰ্কীয় প্ৰসংগ | ২৪ দিন |
| শ্ৰী অনুপ কুমাৰ চেতিয়া কাৰ্যবাহী বিষয়া (ভাৰপ্ৰাপ্ত) কৰ্মচাৰী | ৯৪৩৫০-৭৮১৭০ |
৭ | খাদী আৰু গ্ৰামোদ্যোগ আয়োগক বাৰ্ষিক প্ৰতিবেদন দাখিল | ১৫ দিন |
| শ্ৰী সত্যৰঞ্জন ঘোষ (ভাৰপ্ৰাপ্ত) খাদী | ৯৮৬৪৭-৬৬১৪২ |
৮ | খাদী আৰু গ্ৰামোদ্যোগ আয়োগলৈ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন প্ৰেৰণ | ১০ দিন |
| ঐ | ঐ |
৯ | তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ উত্তৰ দান | ৩০ দিন | আৰ টি আই আইনৰ ভিত্তিত | ১। লংকেশ্বৰ বড়ো, অতিৰিক্ত কাৰ্যবাহী বিষয়া, পি আই অ ২। শ্ৰীমতী জুনু মহন্ত, সহকাৰী তত্বাৱধায়ক (ভাৰপ্ৰাপ্ত), এ পি আই অ ৩। শ্ৰী পৱিত্ৰ ডেকা, ইউ ডি এ, এ পি আই অ | ৯৯৫৪৭-১৫৩৯৮
৭৮৯৬৭-০২২৩২
৭৮৯৬৭-০২২৩২
|
১০ | পি এম ই জি পি আঁচনিৰ ৰূপায়ণ | ১৫ দিন |
| ১। শ্ৰী লংকেশ্বৰ বড়ো, এ ই অ ২। শ্ৰী ভৱেন্দ্ৰ নাৰায়ণ কলিতা, ইউ ডি এ ৩। বোৰ্ডৰ সকলো জিলা সদস্য | ৯৯৫৪৭-১৫৩৯৮
৭০০২৮-৩৯৮২৭ |
১১ | প্ৰশিক্ষণ ইত্যাদি | কে.ভি.আই.চি.ৰ নিৰ্দেশনা অনুযায়ী |
| শ্ৰী অপূৰ্ব কুমাৰ মহন্ত, এ.ই.অ আৰু ৰহা এম.ডি.টি.চি.ৰ অধ্যক্ষ | ৯৪০১৩-০৫২৫ |