মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেছম কি?

ৰেছম হল একপ্ৰকাৰৰ প্ৰটিন আঁহ তাক এক বিশেষ পতংগই নিঃসৃত কৰে তাক ৰেচম পলু বুলি সামান্যত জনা যায়। পৈণত পলুৱে ইহঁতৰ মূৰ ৪ সংখ্যাৰ দৰে ঘূৰাই এক অৰ্দ্ধ পনীয়া প্ৰটিনৰ মিশ্ৰণ উলিয়ায়, যি চেৰিচিন নামৰ চিপৰিপিয়া দ্ৰব্যত লেপেটা খাই থাকে। পনীয়া ৰেচম তেতিয়া এক ফুট, প্ৰতি মিনিট বেগত ওলাই আহে, বতাহৰ সংস্পৰ্শত আহিলে অনন্য ৰেচম হৈ যায়।

            বিশ্বৰ বস্ত্ৰ বজাৰৰ ৩ শতাংশ ৰেচমে অধিকাৰ কৰে। ৩০তকৈ বেছি দেশে ৰেচম উত্পাদন কৰে আৰু ই বিশ্ব ৰেচমৰ ভাৰতৰ অংশ হল ১৭.৫ শতাংশ, ঠিক চীনৰ পিছত (৭৯.১০ শতাংশ)

            ৰেচমৰ সচৰাচৰ ব্যৱহৃত নাম

আৰৱ      –          কাচ, খুচ, হৰিৰ

বৰ্মা         -           চা

চীন        -          চেক, জু

ডাক       -          জেইভ

ইংৰাজী    -          চিল্ক

ফৰাচী      -         চোই

গ্ৰীক        -          চেৰ

জাৰ্মান     -          চেইডেন

হিন্দী        -          ৰেচম

থাইলেণ্ড    -          চিল্কে

ইটালী        -          চেটা

জাপানী     -          চেডা

তামিল       -          পটু

তেলেগু      -          পটু

হকী          -           ফেবাক, হৰিৰ।