ক. মুগা জেনটাইপ -৫১
গছৰ সংখ্যা – ৪৫০-৫০০/একৰ বা ১২৫০/হেক্টৰ
পাতৰ উত্পাদন – ১৮-২০ মেট্ৰিক টন/হেক্টৰ/বছৰ
বা ৭-৮ মেট্ৰিক টন/একৰ/বছৰ
প্ৰতিপালন ক্ষমতা – ৮০০-১০০০ ডিএফএল/একৰ/বছৰ
বা ২০০০-২৫০০ ডিএফএল/হেক্টৰ/বছৰ
কুকুন উত্পাদন - ৪৮০০০-৬০০০০/একৰ/বছৰ
বা ১.৫ লাখ – ১.৫ লাখ/হেক্টৰ/বছৰ
সূতা উত্পাদন - ১০-১২ কেজি/একৰ/বছৰ
বা ২৪-৩০ কেজি/হেক্টৰ/বছৰ
বৃক্ষৰোপন সময় – মনচুনৰ আগত (এপ্ৰিল-মে)
মনচুনৰ পাছত (মে)
ৰোপনৰ বাবে পুলিৰ বয়স - ১০-১২ মাহ পুৰণি
গৰ্ভধাৰণ কাল - ৪-৫ বছৰ
এফ.ৱাই.এম.ৰ ব্যৱহাৰ - ১-২ বছৰৰ বাবে – ০.৫ cft/গছ
পৈণত গছ – ১০ cft/গছ
এন.পি.কে. ৰ ব্যৱহাৰ - ১-২ বছৰৰ বাবে ৫০:২৫:২৫ (হেক্টৰ/বছৰ)
পৈণত গছ ১০০:৫০:৫০ (হেক্টৰ/বছৰ)
সাৰ দিয়া সময় – ১. ফেব্ৰুৱাৰী-মাৰ্চ
২. আগষ্ট-ছেপ্তেম্বক, গোলাকাৰভাৱে দিব লাগে।
গছৰ আগ কটা – ৰোৱাৰ ৭ বছৰ পিছত মাটিৰ পৰা ১.৫ মিটাৰ উচ্চ হলে কাটিব লাগে জুন-জুলাই আৰু অক্টোবৰ-নৱেম্বৰত।
বীজৰ পৈণত হোৱা সময় – এপ্ৰিল-মে
বাৰ্ষিক আয় - ০.৯০-১.২০ লাখ
খ) এড়ী (কেচেৰু)
গছৰ সংখ্যা – ৪৫০-৫০০৫০:২৫:২৫ (হেক্টৰ/বছৰ)একৰ বা ১২৫০৫০:২৫:২৫ (হেক্টৰ/বছৰ)হেক্টৰ
পাতৰ সংখ্যা – কেচেৰু – ২০ মেট্ৰিক টন/হেক্টক/বছৰ
কেষ্টৰ – ১২ মেট্ৰিক টন/হেক্টৰ/বছৰ
প্ৰতিপালন ক্ষমতা – কেষ্টৰ ৪৮০ চিএফএল/একৰ/বছৰ
বা ১২০০ ডিএফএল/হেক্টৰ/বছৰ
কেচেৰু - ১০০০ ডিএফএল/একৰ/বছৰ বা ২০০০ ডিএফএল/হেক্টৰ/বছৰ
কুকুন উত্পাদন – কেষ্টৰ ৪০ কেজি/একৰ/বছৰ
কেচেৰু ২০০ কেজি/একৰ/বছৰ
সূতা উত্পাদন – কেষ্টৰ ৩০ কেজি/একৰ/বছৰ
কেচেৰু ১৫০ কেজি/একৰ/বছৰ
বৃক্ষৰোপন সময় – মনচুনৰ আগত (এপ্ৰিল-মে)
মনচুনৰ পাছত (মে)
ৰোপনৰ বাবে পুলিৰ বয়স - ১০-১২ মাহ পুৰণি
গৰ্ভধাৰণ কাল - ৩-৪ বছৰ
এফ.ৱাই.এম.ৰ ব্যৱহাৰ - ১-২ বছৰৰ বাবে – ০.৫ cft/গছ
পৈণত গছ – ১০ cft/গছ
এন.পি.কে.ৰ ব্যৱহাৰ - পৈণত গছ ৯০:৪০:২০ (হেক্টৰ/বছৰ)
সাৰ দিয়া সময় – ১. ফেব্ৰুৱাৰী-মাৰ্চ
২. আগষ্ট-ছেপ্তেম্বৰ, গোলাকাৰ পদ্ধতিত।
গছৰ আগ কটা – ৰোৱাৰ ৩ বছৰ পিছত মাটিৰ পৰা ১.৭ মিটাৰ উচ্চতাত জুন-জুলাই আৰু অক্টোবৰ-নৱেম্বৰত।
বীজৰ পৈণত হোৱা সময় – মে-জুন।