মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেচম পলুৰ খাদ্য উদ্ভিদ

তচৰ পলুৰ আশ্ৰয় উদ্ভিদ

তচৰ পলুৰ আশ্ৰয় উদ্ভিদঃ-

তচৰ পলুৰ উল্লেখযোগ্য খাদ্য হল, অৰ্জুন, অচন আৰু শাল। ইয়াৰোপৰি এই পলুৱে ফুটুকা, বগৰী ইত্যাদিৰো সেৱন কৰ। এই পলুৰ এক প্ৰকাৰ আন্থেৰিয়া প্ৰয়লে জলিয়ে বৰ্ষাৰণ্যত ব্যাপকভাৱে প্ৰাপ্ত কুয়েৰকাচৰ পাতৰ সেৱন কৰে ।